From breaking news to in-depth stories, we have got you covered! Follow us and never miss a beat.

FOLLOW US
Facebook: NB News
www.facebook.com/nbnewstv/

Instagram: @nbnewstv
www.instagram.com/nbnewstv/
X: @nbnewstv
x.com/nbnewstv

Website:
nbnewstv.com/



NB News

বৈঠকৰ পাছত বাসগৃহত মুখ্যমন্ত্ৰীৰ সৈতে ফটো ছেচন ভূপেন বৰাৰ।
#nbnews #nbnewsdigital
#HimantaBiswaSarma #BhupenBorah

4 hours ago | [YT] | 237

NB News

মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী
#nbnews #nbnewsdigital
#HimantaBiswaSarma
#DebabrataSaikia #PradyutBordoloi

5 hours ago | [YT] | 242

NB News

২০ ফেব্ৰুৱাৰীত নহয়, ১০ মাৰ্চত অৰুণোদয় হিতাধিকাৰীয়ে একেলগে পাব ৯ হাজাৰ টকা। মুখ্যমন্ত্ৰীৰ ঘোষণা।
#HimantaBiswaSarma #nbnews #nbnewsdigital

5 hours ago | [YT] | 80

NB News

বুধবাৰে পুনৰ ভূপেন বৰাৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী।
#HimantaBiswaSarma #BhupenBorah
#nbnews #nbnewsdigital

6 hours ago | [YT] | 109

NB News

বুধবাৰে পুনৰ ভূপেন বৰাৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী।
#HimantaBiswaSarma #BhupenBorah
#nbnews #nbnewsdigital

6 hours ago | [YT] | 55

NB News

#BreakingNews ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ঘোষণা মুখ্যমন্ত্ৰীৰ

#BhupenBorah #HimantaBiswaSarma

6 hours ago | [YT] | 65

NB News

এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে APCCৰ সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ যোশীয়ে।
#nbnews #nbnewsdigital #APCC #AssamCongress

7 hours ago | [YT] | 68

NB News

ভূপেন বৰাৰ ড্ৰয়িং ৰূমত মুখ্যমন্ত্ৰীৰ সৈতে ৰাজনৈতিক ভৱিষ্যতৰ আলাপ।
#HimantaBiswaSarma #BhupenBorah
#nbnews #nbnewsdigital

7 hours ago | [YT] | 294

NB News

ভূপেন বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
#HimantaBiswaSarma #BhupenBorah
#nbnews #nbnewsdigital

7 hours ago | [YT] | 207

NB News

একলগ হ'ল বিধায়ক শ্বেৰমান আলী আৰু অখিল গগৈ। কলগাছিয়াত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান শ্বেৰমান আলী আহমেদৰ।
#nbnews #nbnewsdigital
#RaijorDal #AkhilGogoi #ShermanAliAhmed

8 hours ago | [YT] | 116