RainbowTech Institute

নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ |
এইটো এটা কম্পিউটাৰ শিক্ষাৰ লগত জৰিত থকা চেনেল যত কম্পিউটাৰৰ সকলো ধৰণৰ জ্ঞান উপলব্ধ কৰা হব সম্পূৰ্ণ সহজ ভাষাত। এই চেনেলত SEBA, CBSE, AHSEC আৰু College, University ৰ ভিতৰত থকা IT /ITes আৰু কম্পিউটাৰ Science ৰ ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ সহজ ভাষাত Syllabus Wise Video সমূহ Upload কৰা হব। যিকোনো ধৰণৰ Competitive Exam আৰু নিজৰ জ্ঞান অৰ্জনৰ উদ্দেশ্যেও খুবেই দৰকাৰী Theory, Practical, Partwise Tutorial Videoও Upload কৰা হব। এইটো চেনেলত কম্পিউটাৰ শিক্ষাৰ লগত জৰিত Daily MCQ, Quiz Series ও লৈ অনা হব
সদৌ শেষত
মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই যদি আপোনালোকক অলপ হলেও উপকৃত কৰিছে বা কৰিব বুলি ভাৱে তেন্তে Like, Share, Subscribe কৰি মোক আগুৱাবলৈ অনুপ্ৰাণিত কৰিব।

ধন্যবাদ
RainbowTech Institute

DIPANKAR DEKA
Guahati University
M.Sc-IT, B.Sc IT & PGDCA
4 Yrs+ Coding Mentor & Teaching Experience

MANTU KALITA
Graphic & Web Designer
Illustrator, Visualizer
15+ Years of Experience in the IT Industry


RainbowTech Institute

Hello Aspirants, Suggest to me how you want that I should make videos on some other topics, as well as different types of computer skill tests.

5 hours ago | [YT] | 0

RainbowTech Institute

আৰু এখোজ♾️💐। ১০০০ মাথো এটি সংখ্যা নহয়, এইয়া ধৰ্য্য আৰু লক্ষ্যৰ ফল🔥। সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ🙏

2 weeks ago | [YT] | 14

RainbowTech Institute

And I will help you to shape your life.

4 weeks ago | [YT] | 8