নমস্কাৰ। 🙏
Hello gyzzz..., Wellcome to my YouTube channel
যিহেতু মই 𝐭𝐫𝐚𝐯𝐞𝐥𝐥𝐢𝐧𝐠 কৰি ভাল পাওঁ সেয়েহে
মই যি নতুন নতুন experience কৰো আপোনালোকৰ লগতো share কৰি যাম। ভিডিও বোৰ চাই থাকিব।।ধন্যবাদ। and don't forget to subscribe☺
Thank you❤









Niiki's Vlogs

My new gaming channel 🔥👇please do subscribe 😊🙏 click here 👇

youtube.com/shorts/90jyKIS5D-...

2 years ago | [YT] | 3

Niiki's Vlogs

3D photo frame diy #craft
Click this👇 link and see the video☺
youtube.com/shorts/zYGrM_HAlC...

2 years ago | [YT] | 7

Niiki's Vlogs

Wow look at the moon gyz.. 😨😍🌙
It's like marathi bindi😍
Do you have ever seen this😍
It's jst wowwww😍😍😍🌙
See amazing view👇
youtube.com/shorts/rtaJGkZQYy...

2 years ago (edited) | [YT] | 7

Niiki's Vlogs

সকলোকে মোৰ ফালৰ পৰা ৰংৰ উৎসৱ Holi ৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। 👇💜🧡💚💛💙❤
https://youtu.be/IL8JEmkzjMo
আশা কৰো আপোনালোক সকলোৰে জীৱনবোৰ যেন ফাকুৱাৰ ৰংৰ দৰে ৰঙীন হৈ পৰে❤

2 years ago | [YT] | 5

Niiki's Vlogs

Hello gyzz বহুত দিন video upload কৰিব পৰা নাই😔 অলপ problem হৈ আছে😞। আশা কৰো অতি সোনকালে আপোলোকৰ আগলৈ আকৌ নতুন নতুন video লৈ আহিব পাৰিম বুলি😊।

2 years ago | [YT] | 7

Niiki's Vlogs

মোৰ YouTube ৰ পৰিয়ালটোলে আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিলে❤। আপোলোকৰ এই বছৰটো যেন সুখেৰে পাৰ হয় তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত☺ ❤🙏

Video টো চাব বুলি আশা ৰাখিলো 😌☺🙏
👇
https://youtu.be/-Red0qTOWaw

3 years ago | [YT] | 7

Niiki's Vlogs

Merry Christmas to my all youTube family❤
👇
https://youtu.be/JfYew2Ww2ms

3 years ago | [YT] | 6

Niiki's Vlogs

My frist vlog...
ইয়াৰে পৰাই মই মোৰ YouTube journey আৰম্ভ কৰিছিলো🤗🥰। video তো চাইছেনে যদি নাই চোৱা তলত দিয়া link টোত click কৰি চাওঁক।। 😊🥰
https://youtu.be/bhKpUqEfsok

3 years ago (edited) | [YT] | 9

Niiki's Vlogs

মোৰ YouTube ৰ পৰিয়ালৰ সকলো সদস্য লৈ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা যাঁচিলো❤ 🙏🥰

3 years ago | [YT] | 13