Ne Assam Digital

NE Assam 24x7
ৰাইজৰ হৈ সদায় ৰাইজৰ কাষত
অমি থাকিম সদায় নিৰপেক্ষাভাৱে।
________________________________

আমাৰ এই "NE Assam 24x7" ইউটিউব চেনেলটোত সত্য,
নিৰপেক্ষভাৱে স্হানীয় তথা নানা ঠাইৰ বাতৰি সম্প্ৰচাৰৰ লগতে স্হানীয় সাংস্কৃতিক অনুষ্ঠানবোৰৰ সম্প্ৰচাৰো কৰা হয়। বিশেষকৈ অসমীয়া সংস্কৃতিৰ লগত সংপৃক্ত অনুষ্ঠানবোৰ যাতে বিশ্বৰ সকলো মানুহে আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে জানিব পাৰে, চাই উপভোগ কৰিব পাৰে, বিনোদন লভিব পাৰে এয়াই আমাৰ মুখ্য উদ্দেশ্য। আৰু লগতে আমাৰ এই ইউটিউব চেনেলটি সকলোৱে subscribe কৰি
আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলো ধন্যবাদ।
__________________________________________________



Ne Assam Digital

🔴 আজি দেখা গৈছে পবিত্ৰ ৰমজানৰ চান্দ 🌙
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ প্ৰথম ৰোজা
কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা
#Ramadan2026
#RamzanMubarak
#RamadanMoon
#ChandRaat
#RojaStart
#IslamicPost
#AssamNews
#RamadanAssam
#SpiritualMonth
#PeaceAndBlessings
#Sehri
#Iftar
#Taraweeh
#MuslimCommunity
#BlessedRamadan 🌙

3 days ago | [YT] | 7

Ne Assam Digital

🟥 যি সমূহ ই-ৰিক্সা আৰু ব্যক্তিগত বাহনে নিয়মবহির্ভূত ৰূপত নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী পাইপ, টিন, ৰদ, কাঠ ইত্যাদি সামগ্রী বাহনখনৰ পৰা বাহিৰলৈ ওলাই থকাকৈ ভৰাই লৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰে, যাৰ ফলত আন পথচাৰীৰ অসুবিধা হোৱাৰ লগতে দুর্ঘটনা হোৱাৰ আশংকা থাকে, সেই সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেয়ে যিসকলে এনেধৰণৰ কাম কৰে, তেওঁলোকক নিয়মবহির্ভূত কামবোৰ পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হ'ল।
#দৰং_আৰক্ষী

#DarangPolice
#AssamPolice
#TrafficAwareness
#RoadSafety
#HighwaySafety
#TrafficRules
#NoIllegalTransport
#দৰংআৰক্ষী
#অসমআৰক্ষী
#ৰাজপথসুৰক্ষা
#যাতায়াতনিয়ম
#দুৰ্ঘটনাপ্ৰতিৰোধ
#সচেতনতা
#আইনৰশাসন
#AssamNews
#LocalNews
#PublicAwareness
#SafetyFirst
#PoliceAction

2 weeks ago | [YT] | 1

Ne Assam Digital

🔴 Rangamati ancholic club & library আয়োজিত পাইজমানি ফুটবল প্ৰতিযোগিতা খনৰ চূড়ান্ত খেল খন 29/11/2025 শনিবাৰ দিনৰ 1 .30 বজাত অনুষ্ঠিত কৰা হব
#football #JusticeForZubeenGarg

2 months ago | [YT] | 2

Ne Assam Digital

🔴 পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত জুবিন গাৰ্গ ট্রফি #neassamdigital #football #virelpost #metaads #newsfeed #BigBreakingNews

4 months ago | [YT] | 2

Ne Assam Digital

#bigbreaking শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে |
#virelpost

4 months ago | [YT] | 2

Ne Assam Digital

⭕ নৱপত্ৰিকা পূজাৰ শুভেচ্ছা থাকিল।
#neassamdigital #virelpost #DurgaPuja2025 #Navratri2025 #navaratri

4 months ago | [YT] | 8

Ne Assam Digital

📌 মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা চৰকাৰৰ 'ব্লেকলিষ্ট'ত শ্যামকানু

4 months ago | [YT] | 13