Biplob Photography

ব্যস্ততাৰে ভৰা ক্লান্তময় এই জীৱনত,
মাদকতাৰে ভৰা এই Youtube জগত খনত
অৱসয় সময়ত কিছু আনন্দ দিবলৈ
ঘৰতে থাকি সদায় নতুন ঠাই দেখাবলৈ
নতুন কিবা এটা জানিবলৈ,চাবলৈ সামান্য এটা প্ৰয়াস কৰিছো
প্ৰতিটো Video টে লৈ আহিছো এক নতুনত্ব
গতিকে সকলোৱে চাই থাকিব মোৰ এই Youtube channel
" Crazy Boy BLg "

মোৰ email id : biplobgayan@gmail.com
Instagram :Crazy boy BLg
Tik tok : @crazyboyblg

জয় আই অসম