Pranjal The Learner

✨ Welcome to Pranjal The Learner ✨

I’m Pranjal, and i make Assamese videos in different topics, like vlogging, travelling, learning, living, and growing together. From college life vlogs, lifestyle stories, study motivation, economics insights, and everyday experiences, I share the real journey of a student who is constantly exploring, improving, and enjoying life. 📚🌱

🎥 Here you’ll find:
✔️ Daily Assamese lifestyle vlogs & real-life experiences
✔️ Motivational thoughts to keep you going
✔️ A glimpse into college life, learning, and growth

👉 Subscribe and join our growing learner’s family. Let’s build a space where learning feels exciting and life feels meaningful. 🌍❤️

#PranjalTheLearner #assamesevlogger #minivlog


Pranjal The Learner

📌📌There is a very important update Guys. Sorry for being late, actually I forgot 😅.

Update is for CUET PG Aspirants, i.e., The exam dates are already declared by NET. So, go and check your exam date ✅✅.

The PDF is already uploaded to my Telegram, If you want, You will join my Telegram📠, and check your exam date.

Telegram Link 🔗: t.me/Pranjalthelearner/113

All the best 👍👍🌸🌸👆.

20 hours ago | [YT] | 6

Pranjal The Learner

ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু এই মেজিৰ পোহৰৰ উজ্বলৰ নিচিনাকৈ সকলোৰে জীৱন হৈ পৰক উজ্বল,তাৰেই কামনা কৰিলোঁ🙏🙏।

#Vogalibihu #assameseculture #meji #friends #bihu #larupitha

1 month ago | [YT] | 17

Pranjal The Learner

এই কেইদিন সকলোতে কেৱল "Dhurandhar" movie খন এ Trending চলি আছে। সেয়েহে,এনেই অলপ বনাবলৈ চেষ্টা কৰিলোঁ।

👉 এটা প্ৰয়োজনীয় কথা যে যোৱা কেইদিনমান ধৰি মই একো Video দিব পৰা নাই, কাৰণটো হৈছে বৰ্তমান আমাৰ 5th Semester ৰ Final exam চলি আছে। সেয়েহে,এই কেইদিন অলপ পঢ়ি আছোঁ দিয়ক😍, নহ'লে আৰু পিছত Back লাগিলে Problem হৈ যাব নহয়😂। Exam 16 December ত শেষ হৈ যাব আৰু তাৰ পিছত মজা মজা 😍😍 Video আহি আছে। কিবা অলপ Plan কৰি আছোঁ, যদি হয়, তেনেহʼলে মজা মজা 😍✨🌼👀 Video পাব।

#information #video #exam #dhurandhar #trending ‪@PranjalTheLearner‬

2 months ago | [YT] | 5

Pranjal The Learner

আজি আমিনগাওঁ ত স্থিত বৌদ্ধ মন্দিৰ টোলৈ ফুৰিবলৈ গৈছিলো আৰু সেই সময়ছোৱাতে আমাৰ ভাৰতীয় বায়ু সেনা বাহিনীয়ে লাচিত ঘাটত অহা কালি হ'ব লগা অনুষ্ঠান টোৰ কাৰণে অনুশীলন কৰি আছিলে, ভাগ্য অনুসৰি সেই সময়ছোৱাত গৈ পালোঁ আৰু আজিলৈ মোৰ জীৱনত দেখা আটাইতকৈ ডাঙৰ Love💘টোৰ সাক্ষাৎকাৰ হʼলোঁ।

আজি ফূৰিব যোৱাৰ Vlog এটা বনাইছো আৰু অতি সোনকালেই vlog টো চাবলৈ পাব ।

‪@PranjalTheLearner‬ #guwahati #Indianairforce #airshow #love #viewer #loveyouindia

3 months ago | [YT] | 9

Pranjal The Learner

আমাৰ কলেজৰ দেৱালত জুবিন দাৰ অন্তিম খন চিনেমা "ৰৈ ৰৈ বিচাৰে" ৰ পোষ্টাৰ কেইবাখনো লগোৱা আছিলে, ফটো এখন উঠো বুলি ৰব নোৱাৰিলোঁ। সেই দিনাখন চিনেমা খনৰ কৰ্তৃপক্ষই কলেজলৈ আহি জুবিন দাই নিজ হাতেৰে লিখি থৈ যোৱা "চিঠি" খন বিতৰণ কৰি গৈছৈ। আজি দাদা আমাৰ মাজত নাই, দাদা থাকিলে নিজে আহি অইন বাৰৰ নিচিনাকৈ আমাক এইবাৰো চিনেমা খন চাবলৈ আহ্বান জনালে হয়। সেয়েহে এইটো এতিয়া আমাৰ দায়িত্ব, যাতে এই চিনেমা খন আমি সমগ্ৰ অসমবাসীয়ে চাওঁ আৰু দাদাৰ সপোন পূৰণ কৰোঁ। আঁহক,আমি সকলোৱে মিলি জুবিন দাৰ অন্তিম খন চিনেমা "ৰৈ ৰৈ বিনালে" চাওঁ আৰু এনে এক অভিলেখ গঢ়োঁ,যাতে ভৱিষ্যতে ১০০ বছৰলৈ এই অভিলেখ উল্লেখ থাকে।

#Pranjalthelearner #bbc #bbian #Justiceforzubeengarg #Roiroibinale #Zubeengarg #assamesemovie

3 months ago | [YT] | 11

Pranjal The Learner

কাতি বিহুৰ সকলোকে বহুত বহুত বেছি ওলগ জাচিলোঁ। আশাকৰোঁ যে এই "চাকি" ৰ পোহৰে সকলোৰে দুখৰ বোজাবোৰ আতৰাই নিয়ক আৰু সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই 🙏🙏।

#Katibihu
#happykatibihu
#bihu
#assamesebihu
#justiceforzubeengarg

3 months ago | [YT] | 10

Pranjal The Learner

জুবিন দাৰ আদ্য শ্ৰাদ্ধ উপলক্ষে আমাৰ গাঁৱৰ প্ৰতিজন ল'ৰা য়ে আজি আমাৰ চুলি খুৰাই,তেওঁৰ প্ৰতি আমাৰ গভীৰ ভালপোৱা প্ৰকাশ কৰিলোঁ।

#JusticeForJubeenDa
#justiceforjubeengarg

4 months ago | [YT] | 16

Pranjal The Learner

বিশ্বাসেই কৰিব পৰা নাই এতিয়ালৈকে 😭😭।‌ আজি আমি মাথো এজন গীতিকাৰ ক হেৰুৱা নাই,আজি আমি হেৰুৱালো অসমৰ আটাইতকৈ ডাঙৰ সম্পদ জনক,যিজন সম্পদৰ গানৰ অবিহনে কোনো এটা অনুষ্ঠানেই সম্ভৱ নহয় । যাৰ গীতেৰেই আমি ৰাতিপুৱাটো আৰম্ভ কৰোঁ আৰু গভীৰ ৰাতি টোপনি নহা লৈকে যাৰ গীত শুনো, তেওঁৱেই বুলে আজি আৰু আমাৰ মাজত নাই, কেনেকৈ মানি লওঁ মই এই কথাটো😭😭😭🙏🙏🙏🙏। মোৰ লগত আৰু একো শব্দ নাই🙏🙏🙏। ভগৱানেই তেওঁৰ আত্মাক চিৰ শান্তি দিয়ক,তাৰেই কামনা কৰিছোঁ 🙏🙏🙏।

4 months ago | [YT] | 6

Pranjal The Learner

বিশ্বকৰ্মা পূজাৰ সকলোকে বহুত বহুত বেছি শুভকামনা জাছিলোঁ 🙏🫂❤️।
#vishwakarma #Vishwakarmapuja #Creation #skills #develop #god

4 months ago | [YT] | 4

Pranjal The Learner

Good Evening Guys 😴. RRB NTPC Undergraduate examination's answer key is out Now. Go and check your result now 🤗👍🫂.

This is the link 🔗 : rrb.digialm.com//EForms/configuredHtml/2667/95125/…

#rrb #rrbntpc #answerkey #rrbanswerkey
#result #governmentjob #rrbntpcguwahati

5 months ago | [YT] | 1