Fabulous Fitness and Food

Hello everyone!!
"Fabulous Fitness and Food " is a channel where you will get healthy recipes and health tips for good health.
Being a Dietitian, through this channel I want to create awareness about the relation between good health and healthy eating as we Know --"HEALTH IS THE PRECIOUS WEALTH"
Here you will get scientifically proven,ICMR approved health information only .
Subscribe my channel to Know that ---"HEALTHY FOOD IS NOT BORING"
এই চেনেলৰ যোগেৰে মই সাধাৰণ ৰাইজৰ মাজত ডায়েট্ আৰু সু-স্বাস্থ্য মাজত থকা নিবিৰ সম্পৰ্কৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছো।চহৰ অঞ্চলত ডায়েটিচিয়ানৰ(Dietitian) ব্যবস্থা আছে যদিও অলপ চহৰৰ পৰা আঁতৰত থকা লোকসকলে সহজে এই সুবিধা লাভ কৰাত অসুবিধা হোৱা দেখা গৈছে। সেয়েহে আশা কৰোঁ আপোনালোকে মোৰ এই প্ৰচেষ্টাত আগবঢ়াই নিয়াত সহায় কৰিব।মোক সহায় কৰিবলৈ আপোনালোকে মোৰ এই চেনেলটো চাবচ্ক্ৰাইব (subscribe) আৰু চেয়াৰ (share)নিশ্চয় কৰিব। লগতে কিবা ক'ব লগীয়া ‌‌‌‌‌‌থাকিলে‌ কমেন্ট(comment)কৰি জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইকা(like) এটা কৰি‌দিব ।